Lesson: 5 - The Monkey and the Crocodile
- A monkey lived in a fruit tree on the bank of a river.
- নদীৰ পাৰত থকা এটা ফল গছত এটা বান্দৰ বস-বাস কৰি আছিল।
- He made friends with a crocodile, gave him delicious fruits to eat and sent some for his wife.
- তেওঁ এটা ঘৰিয়ালৰ লগত বন্ধুত্ব পাতিলে, তেওঁক সুস্বাদু ফল খাবৰ কাৰণে আৰু ঘৈণীয়েকৰ ভাবেও দিয়ে।
- They met regularly and talked — the monkey in the tree and the crocodile on the ground.
- সিহঁত সদায় লগ কৰে আৰু কথা পাতে - বান্দৰটো গছৰ আৰু ঘৰিয়ালটো মাটিৰ ওপৰত।
- The crocodile’s wife was annoyed because her husband came home late.
- ঘৰিয়াল পলমকৈ ঘৰত আহাৰ ভাবে ঘৈণীয়েকে বিৰক্ত হৈছিল।
- She didn’t like his friendship with the monkey.
- তাই বান্দৰৰ লগত বন্ধুত্ব ভালপোয়া নাছিল।
- The crocodile couldn’t altogether ignore his wife’s wishes.
- ঘৰিয়ালে তেওঁৰ ঘৈণীয়েক ইচ্ছা এৰিব নোয়াৰিলে।
- The monkey was thunderstruck. He knew his life was in danger.
- বান্দৰটোৰ ওপৰত যেনিবা বজ্ৰপাত পৰিলে। তেওঁ জানিছিল যে তেওঁৰ জীৱন বিপদত।
- He kept his cool and persuaded the crocodile on a pretext to swim back to the tree.
- তেওঁ নিজৰ শীতলতা ৰাখি কুমিৰটোক সাঁতুৰি গছজোপাৰ ওচৰলৈ উভতি যোৱাৰ অনুৰোধ কৰিলে।
- He decided then to discontinue his friendship with the crocodile.
- তেতিয়াৰ পৰা তেওঁ ঘৰিয়ালৰ লগত বন্ধুত্ব বন্ধ কৰিদিলে।
{getToc} $title={Table of Contents}

let's start
ONCE, on the bank of a river, a monkey made a home for himself in a tree laden with fruit. He lived in it happily eating to his heart’s content the fruit of his choice.
এসময়ত, নদী এটাৰ পাৰত থকা গছ এটাট বান্দৰে তাৰ থাকা ঘৰ পাতি লৈছিল যিটো ফলেৰে ভৰ্তি হৈ আছিল। তেওঁ তাতে সুখে-শান্তিৰে জীয়াই আছিল আৰু তাই পছন্দ কৰা ফলবোৰ খাইছিল।
The monkey was happy but lonely and wanted a companion to talk to and share the fruits with. But there was no one around, not even another monkey, till one day a crocodile appeared on the riverside.
বান্দৰটো সুখতে আছিল যদিও আছিল অকল সৰিয়া আৰু তেওঁ এটা লগৰিয়া বিচাৰি আছিল যাৰ লগত তেওঁ কথা-পতিব পাৰিব আৰু ফলবোৰ ভগাই খাব পৰিব। কিন্তু তাৰ চাৰিওফালে কোনেও নাছিল, আনকি এটা বান্দৰো নাছিল, সিমানতে এদিন এটা ঘৰিয়াল নদীৰ পাৰত আহিল।
“Hello, there,” said the monkey. “Do you live in this river? Would you like to eat some fruit?”
"নমস্কাৰ," বান্দৰটো ক'লে। তুমি কি এইটো নদী বাস কৰা নেকি? তুমি কিছুমান ফল খাব বিচাৰেনে?
“Good morning,” replied the crocodile politely. “I did come here in search of food for myself and my wife. Nice of you to offer me fruit.”
“গুড মৰ্নিং” কুমিৰটোৱে ভদ্ৰভাৱে উত্তৰ দিলে। “মই ইয়ালৈ খাদ্য় বিচাৰিয়ে আহিছো মোৰ আৰু মোৰ পত্নীৰ বাবে। তোমাক বৰ ভাল লাগিল মোলৈ ফল আগবঢ়াই দিয়াৰ ভাবে।”
The monkey plucked some from the nearest branch and threw them down. The crocodile found them delicious. “Thanks,” he said. “May I have some on my next visit?”
বান্দৰে তাৰ ওচৰত থকা শাখাৰ পৰা কিছুমান ছিঙিলে আৰু তলত পেলালে। ঘৰিয়ালটোয়ে সেইবোৰ খাই বৰ সুস্বাদু পালে। “ধন্যবাদ” তেওঁ ক’লে। “মোৰ পিছৰ ভ্ৰমণত কিবা পামনে?”
“Certainly, as many as you like and some for your wife too,” said the monkey. “Do come again. I’m rather lonely here”.
“নিশ্চয়, যিমান বিচাৰে সিমান আৰু তোমাৰ পত্নীৰ বাবেও পাবা কিছুমান” বান্দৰটোৱে ক’লে। “ঠিক আছে আকৈ আহিব। মই ইয়াত যথেষ্ট অকলশৰীয়া”।
The crocodile visited the monkey regularly and ate the fruits which his host threw down. He took some home for his wife. The monkey and the crocodile were now the best of friends. They talked and were never tired of talking. They talked about birds and animals, about the villages nearby and the difficulties villagers faced in raising good crops for lack of rain.
ঘৰিয়ালটোয়ে বান্দৰটোৰ ওচৰলৈ নিয়মিতভাৱে আহিছিল আৰু তাৰ গৃহস্থই তললৈ পেলোৱা ফলবোৰ খাইছিল। তেওঁ ঘৈণীয়েকৰ বাবে কিছু ঘৰলৈ লৈ গ’ল। বান্দৰ আৰু ঘৰিয়াল এতিয়া ভাল বন্ধু হৈ পৰিছে। সিহঁত কথা-পাতে আৰু কেতিয়াও ভাগহৈ নপৰে। সিহঁতে চৰাই-চিৰিকটিৰ কথা পাতে, ওচৰৰ গাঁওবোৰৰ বিষয়ে আৰু বৰষুণৰ অভাৱত গাঁওবাসীয়ে ভাল শস্য পালনত সন্মুখীন হোৱা অসুবিধাৰ বিষয়ে।
One day, the crocodile stayed with the monkey longer than usual. His wife was annoyed waiting and waiting managing the little crocodiles that had just been hatched. She said, “Who is this friend of yours you are so fond of?”
এদিনাখন, ঘৰিয়ালটোয়ে বান্দৰৰ লগত বহু সময় থাকিলে বাকী দিন বোৰৰ দৰেই। তেওঁৰ পত্নীয়ে বিৰক্ত হৈ পৰিছিল মাত্ৰ জন্ম পোৱা সৰু কুমিৰটোক পৰিচালনা কৰি কৰি আৰু ৰৈ ৰৈ। তাই ক'লে, “তোমাৰ ইমান ভাল লগা এইজন বন্ধু কোন?”
“A nice monkey, I’m sure,” replied the wife with obvious sarcasm. “If you ask me, this monkey should be my food. I want to eat his heart so much.”
“এটা ধুনীয়া বান্দৰ, নিশ্চিত”- স্পষ্ট কটুক্তিৰে পত্নীয়ে উত্তৰ দিলে। "মোক সুধিলে, এই বান্দৰটো মোৰ খাদ্য হ’ব লাগে। তাৰ হৃদয়খন খাবলৈ মোৰ বৰ মন গৈছে।”
“What a foolish thing to say!” shouted the crocodile. “I can’t kill a friend, though I won’t mind a monkey occasionally for a change of taste.”
“কি মূৰ্খৰ দৰে কথা কোৱা!” ঘৰিয়ালটো চিঞৰি উঠিলে। “মই বন্ধুক হত্যা কৰিব নোৱাৰো, যদিও ৰুচি সলনিৰ বাবে মাজে মাজে বান্দৰ এটাক বেয়া নাপাম।”
“You bring him here,” ordered the wife. “I want to see him.”
“তুমি তাক ইয়ালৈ আনিবা” পত্নীয়ে আদেশ দিলে। “মই তাক চাব বিচাৰো।”
“So you can eat him. Never!” declared her husband.
“গতিকে তুমি তাক খাব পাৰিবা। কেতিয়াও নহয়!" ঘোষণা কৰিলে স্বামীয়ে।
His wife was furious and she dived in to hide herself at the bottom of the river leaving the little ones to pester their father.
পত্নীৰ খং উঠিল আৰু তাই নদীৰ তলত লুকাই থাকিবলৈ ডুব গ’ল আৰু সৰু ল’ৰা-ছোৱালীকেইটাক দেউতাকক আমনি কৰিবলৈ এৰি দিলে।
The crocodile was in a serious dilemma. He loved his wife and was very fond of his friend too. Finally, he decided to be on the side of his wife. She was his life-partner after all. ‘I know it’s a sin to betray a friend, but I have no choice,’ he said to himself. ‘I’ll invite the monkey home and hope for the best.’
ঘৰিয়ালটো গুৰুতৰ দ্বিধাদ্বন্দ্বত ভুগিছিল। পত্নীক ভাল পাইছিল আৰু বন্ধুকও বৰ ভাল পাইছিল। অৱশেষত তেওঁ পত্নীৰ পক্ষত থকাৰ সিদ্ধান্ত ল’লে। তাই আছিল আটাইবোৰৰ পিছতো তাৰ জীৱন-সঙ্গী। ‘মই জানো বন্ধুক বিশ্বাসঘাতকতা কৰাটো পাপ, কিন্তু মোৰ হাতত উপায় নাই,’ তেওঁ মনতে ক’লে। ‘মই বান্দৰটোক ঘৰলৈ মাতিম আৰু ভালৰ আশা কৰিম।’
“My wife wants you over for a meal, dear friend,” said the crocodile when he visited the monkey next. “You must come home with me today.”
“মোৰ পত্নীয়ে তোমাক খাদ্যৰ বাবে লৈ যাব দিছে, প্ৰিয় বন্ধু,” পিছৰ বান্দৰটোৰ ওচৰলৈ যোৱাৰ সময়ত কুমিৰটোৱে ক’লে। “তুমি আজি মোৰ লগত ঘৰলৈ আহিব লাগিব।”
“With pleasure,” said the monkey. “I’m no swimmer, but can ride on your back.” And they set out.
“আনন্দৰ সৈতে” বান্দৰে ক’লে। “মই কোনো সাঁতোৰবিদ নহয়, কিন্তু তোমাৰ পিঠিত উঠি যাব পাৰো।” আৰু তেওঁলোকে ৰাওনা হ’ল।
In the middle of the river, where the current was the strongest, the crocodile could no longer hide his intention. “Sorry, my friend,” he said hesitatingly, “but I have to go under water now. I’ve brought you here to kill you. My wife cannot survive without eating your heart. Good bye.”
নদীৰ মাজত, য’ত সোঁতৰ প্ৰবল আছিল, তাত কুমিৰটোৱে আৰু নিজৰ উদ্দেশ্য লুকুৱাব নোৱাৰিলে। “ক্ষমা কৰিব বন্ধু” তেওঁ দ্বিধাবোধ কৰি ক’লে, “কিন্তু এতিয়া পানীৰ তললৈ যাব লাগিব। তোমাক মাৰিবলৈ ইয়ালৈ আনিছো৷ তোমাৰ হৃদয় নোখোৱাকৈ মোৰ পত্নী জীয়াই থাকিব নোৱাৰে। বিদায়."
The monkey was scared and distressed. But he was sensible and clever like all monkeys. He kept a cool head. Calmly he said, “I’d do anything for you and your family. You are my only friend. After all, what is a monkey’s heart compared with the life of a crocodile’s wife? But how foolish could you be? Why didn’t you tell me before? I’d have brought my heart along.”
বান্দৰটো ভয় খাই বিচলিত হৈ পৰিল। কিন্তু তেওঁ সকলো বান্দৰৰ দৰে বুদ্ধিমান আৰু চতুৰ আছিল। শীতল মূৰ এটা ৰাখিলে। শান্তভাৱে তেওঁ ক’লে, “মই তোমাৰ আৰু তোমাৰ পৰিয়ালৰ বাবে যিকোনো কামেই কৰিম। তুমি মোৰ একমাত্ৰ বন্ধু। কাৰণ কুমিৰৰ পত্নীৰ জীৱনৰ তুলনাত বান্দৰৰ হৃদয় কি? কিন্তু আপুনি কিমান মূৰ্খ হ’ব পাৰে? আগতে কিয় কোৱা নাছিলা? মই মোৰ হৃদয়খনো লগত লৈ আহিলোঁহেঁতেন।”
“But where is your heart?” asked the crocodile innocently. “I thought you carried it all the time.”
“কিন্তু তোমাৰ হৃদয় ক’ত?” কুমিৰটোৱে নিৰ্দোষীভাৱে সুধিলে। “মই ভাবিছিলো তুমি সকলো সময়তে কঢ়িয়াই লৈ ফুৰা।”
“Of course not. It’s there on the tree. Let’s swim back at once and get it. Your wife must be waiting,” replied the monkey gaining confidence.
“অৱশ্যেই নহয়। গছজোপাৰ ওপৰত তাতেই আছে৷ এবাৰতে সাঁতুৰি উভতি আহোঁ আৰু পাওঁ৷ তোমাৰ পত্নীয়ে নিশ্চয় ৰৈ আছে।’ বান্দৰে আত্মবিশ্বাস লাভ কৰি উত্তৰ দিলে।
“Oh dear! What a mistake!” hissed the crocodile. They laughed loudly as the crocodile took a full turn to reach the tree.
“অ’ প্ৰিয়! কি ভুল!” কুমিৰটোৱে হিচকি উঠিল। কুমিৰটোৱে গছজোপাৰ ওচৰ পাবলৈ সম্পূৰ্ণ পাক এটা লোৱাত সিহঁতে জোৰেৰে হাঁহিলে।
On the river-bank, the monkey jumped on to the tree and heaved a deep sigh of relief. He plucked a fruit or two from the nearest branch and throwing them down said, “Let your wife have some fruit rather than my heart. Fresh fruits are good for mind and body. Good bye, friend, and if you don’t mind, we won’t meet again.” The crocodile, sadder and wiser, shed a few tears which were genuine and turned back to go home. He was in a hurry to tell his wife a thing or two.
নদীৰ পাৰত বান্দৰটোৱে গছজোপাৰ ওপৰত জপিয়াই পৰিল আৰু এটা গভীৰ সকাহৰ হুমুনিয়াহ কাঢ়িলে।ওচৰৰ ডালৰ পৰা এটা বা দুটা ফল ছিঙি তললৈ পেলাই দি ক’লে, “মোৰ হৃদয়তকৈ তোমাৰ পত্নীক কিছু ফল হওক। সতেজ ফল মন আৰু শৰীৰৰ বাবে উপকাৰী। গুড বাই বন্ধু, আপত্তি নকৰিলে আমি আৰু লগ নাপাম।” কুমিৰটোৱে অধিক দুখী আৰু জ্ঞানী হৈ কেইটামান চকুলো টুকিলে যিবোৰ আচল আছিল আৰু ঘৰলৈ যাবলৈ ঘূৰি গ’ল। ঘৈণীয়েকক এটা-দুটা কথা ক’বলৈ সি খৰখেদা কৰিছিল।
Questions & Answer - The Monkey and the Crocodile
1. The monkey was happy living in the fruit tree, but his happiness was not complete. What did he miss?
Answer: - The monkey was lonly and there is no one near him. Not a monkey to whom he can talk and share his fruits. So, the monkey's happiness was not complete.
2. What did the two friends generally talk about?
Answer: - The two friends are living their life happily and they talked about birds and animals, about the villages nearby and the difficulties of the villagers faced in raising good crops for lack of rain.
3. Why was the crocodile’s wife annoyed with her husband one day?
Answer: - The crocodile had stayed with the Monkey for a long time than usual. The Crocodile's wife had been waitting and waitting and manageing the little crocodile that had just been hatched.
5. What did the crocodile tell the monkey midstream?
Answer: - The Crocodile tell the monkey that his wife want to eat his heart at the midstream on the way to the crocodile's house.
6. How did the monkey save himself?
Answer: - The monkey saved himself by keeping himself cool and tell the crocodile that he left his heart on the tree and the foolish crocodile went back to the river-bank and save himself.
7. What does the last sentence of the story suggest? What would the crocodile tell his wife?
Answer: - The last sentence of the story suggest that the crocodile realised his mistake. The crocodile tell his wife that he was foolish to listen her and lost a good friend and suplies of fruits.